ৰ'দালি অনলাইন

ৰ'দালি অনলাইনৰ সহায়েৰে আপুনি ইণ্টাৰনেটত অসমীয়া লিখিব পাৰিব। তাৰ বাবে আপুনি কোনো ছফ্টৱেৰ ইনষ্টল কৰিব নালাগে।মাত্ৰ তলৰ খালি ঠাইখিনিত অসমীয়া শব্দবিলাক ইংৰাজী আখৰৰ সহায়ত(উচ্চাৰণৰ ভিত্তিত) লিখি যাওক। আমাৰ এই অনলাইন পদ্ধতিটোৱে সেই শব্দবিলাক অসমীয়ালৈ ৰূপান্তৰিত কৰিব। যুক্তাক্ষৰ লিখিবলৈ হ'লে দুটা আখৰৰ মাজত " ` " (grave accent) চিহ্নটো ব্যৱহাৰ কৰক

[ তলত লিখক ]

 
 
 

*মনত ৰাখিব: বাক্য এটাৰ মাজত সলনি কৰাত অলপ অসুবিধা আছে। কিবা ভুল হ'লে একেবাৰে শেষৰফালৰপৰা সলনি কৰিব লাগিব।

সহায়

ইংৰাজী আখৰ অসমীয়া আখৰ ইংৰাজী আখৰ অসমীয়া আখৰ ইংৰাজী আখৰ অসমীয়া আখৰ
a j z
aa jh r
i nG l
ii T v or w
u Th x
uu D S
rri Dh s
e N h
oi t X ক্ষ
o th R ড়
ou d Rh ঢ়
k dh y য়
kh n t~
g p ng
gh ph or f H
Ng b ^
c bh . (dot) । (দাৰি)
ch m ` (grave accent) হলন্ত(যুক্তাক্ষৰ লিখিবৰ বাবে)
& ° * ৺ (স্বৰ্গীয় চিহ্ন) `` ব্যঞ্জনান্ত চিহ্ন

 

উদাহৰণ

ইংৰাজী আখৰ অসমীয়া শব্দ ইংৰাজী আখৰ অসমীয়া শব্দ
asam অসম ku^hipaat কুঁহিপাত
asamiiyaa অসমীয়া zaao^ যাওঁ
jaatiiya জাতীয় raamdhenu ৰামধেনু
raajya ৰাজ্য moucaak মৌচাক
tarka তৰ্ক guN গুণ
pradhaan প্ৰধান ruup ৰূপ
mai মই komoraa কোমোৰা
kerelaa কেৰেলা ouTeNgaa ঔটেঙা
xab`da শব্দ oiraavat ঐৰাৱত
Xamataa ক্ষমতা niHkin নিঃকিন
dhoirzya ধৈৰ্য্য cinGar চিঞৰ
sanggee সংগী ag`nigaR অগ্নিগড়
xraad`dha শ্ৰাদ্ধ baaRhoiTokaa বাঢ়ৈটোকা
Gaan or j`NGaan জ্ঞান iirSaa ঈৰ্ষা
s`naan স্নান beeraangganaa বীৰাংগনা
krriS`N কৃষ্ণ DibrugaR ডিব্ৰুগড়
boixiS`Tya বৈশিষ্ট্য guwaahaaTii গুৱাহাটী
rriSi ঋষি mrrityau মৃত্যু
D& ড° shree শ্ৰী
chaf``Twer ছফ্‌টৱেৰ ut~sav উৎসৱ
*** নিৰ্মাতা:গুণদীপ চেতিয়া. কিবা সহায় লাগিলে তেওঁক যোগাযোগ কৰিব পাৰে।